অসম সাহিত্য সভাৰ সভাপতি, প্রাক্তন সাংসদ ড০ নগেন শইকীয়াৰ সৈতে সাক্ষাৎকাৰ
অতি সম্প্রতি অসমত জাতীয়তাবাদী চিন্তাধাৰাৰে আছু আৰু অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ লগতে কৃষক মুক্তি সংগ্রাম সমিতিৰ স’তে ৭০টাকৈ জাতীয় সংগঠনে দুটা নতুন ৰাজনৈতিক দল গঠন কৰিলে৷ এই নতুন দল গঠনে অসমৰ আর্থ–সামাজিক বা ৰাজনৈতিক দিশত কেনে প্রভাৱ পেলাব বুলি আশা কৰে?
- মোৰ স্পষ্ট কথা যে নির্বাচনী যুদ্ধক্ষেত্রত বহু দল বিভক্ত হৈ নতুন আঞ্চলিক দলে প্রতিপক্ষৰ…
Read More...