নিজৰ মনৰ কথা কেনেকৈ ক’ব আপোন সংগীক…জানক চাৰিটা কিটিপ
নিয়মীয়া বাৰ্তা ১ অক্টোবৰঃ জীৱন সংগীৰে থকা সম্পৰ্ক সদায় সংবেদনশীল। মৰম থাকে, ঘাত-প্ৰতিঘাত থাকে । মনৰ কথা পাতিবলৈ থাকে বহুত। কিন্তু প্ৰশ্ন উঠে কেনেকৈ আপোনজনক নিজৰ মনৰ কথা জনাব । বহুজনে সংকোচ কৰে নিজৰ মনত থকা অভাৱ-অভিযোগসমূহ আপোনজনক কবলৈ। জানকচোন কেইটামান দৰকাৰী উপায় যাৰ জৰিয়তে আপুনি নিজৰ মনৰ কথা আপোনজনক নিঃসংকোচে কব পাৰিব।
সঠিক সময়ৰ অপেক্ষাঃ নিজৰ…
Read More...