বিজেপিৰ ৰাজ্যিক মুখপাত্র জয়ন্ত মল্ল বৰুৱাৰ সৈতে সাক্ষাৎকাৰ
বিধানসভা নির্বাচনলৈ মাজত মাত্র আঠ মাহ বাকী৷ যোৱা লোকসভা নির্বাচনৰ পিছতেই বিজেপি দলে আসন্ন বিধানসভা নির্বাচনত ১০০ৰো অধিক আসন লাভ কৰি পুনৰ চৰকাৰ গঠন কৰিব বুলি ঘোষণা কৰিছিল৷ আজিৰ তাৰিখত সেই ঘোষণা বাস্তৱ অর্থত কিমানদূৰ সম্ভৱ হ’ব বুলি আপোনালোক আশাবাদী?
আমি ১০০ শতাংশই আশাবাদী৷ বিজেপি আৰু মিত্রদল মিলি আমি ১০০ৰো অধিক আসনত জয়লাভ কৰিম৷ তাত কোনো সন্দেহ…
Read More...