এইবাৰ জাক পাতি আহিছে মৰুভূমিৰ কাকতী ফৰিং
গোলকীয় অতিমাৰীৰ লগতে ভাৰতবর্ষ প্রস্তুত হ’ব লগা হৈছে আন এখন যুঁজৰ কাৰণে, খাদ্য নিৰাপত্তাৰ যুঁজ৷ নতুন ভাবুকিটো আহিছে, আণুবীক্ষণিক ভাইৰাছৰ নহয়, নিযুতৰ সংখ্যাত জাকপাতি অহা এবিধ পতংগৰ পৰা– মৰুভূমিৰ ফৰিং, কাকতী ফৰিং৷ খাদ্য আৰু কৃষিসংস্থাৰ FAO-Food and Agriculture Organization) শেহতীয়া তথ্য অনুসৰি সদ্যহতে ভাৰতৰ বিভিন্ন অঞ্চল আক্রান্ত কৰা ফৰিঙৰ জাকে…
Read More...