স্থবিৰ সময় তেতিয়া আৰু এতিয়া
আৱহমান সময়ো মাজে–সময়ে স্থবিৰ হৈ পৰে৷ আমাৰ জীৱনকালত এতিয়ালৈকৈ মুঠ তিনিবাৰ সময়ৰ স্থবিৰতাৰ সৈতে মুখামুখি হ’বলগীয়া হ’লোঁ৷
সেয়া আছিল ১৯৭১ চনৰ নৱেম্বৰ–ডিচেম্বৰ মাহ৷ শ্বিলং চহৰ৷ আমি ষষ্ঠ শ্রেণীৰ ছাত্রী৷ বাংলাদেশৰ স্বাধীনতাৰ যুঁজৰ উক্মুকনিৰ সময়৷ যুদ্ধ প্রায় সমাগত৷ ভাৰতৰ প্রতিৰক্ষা বিভাগ সম্পূর্ণ সষ্টম৷ পৰিস্থিতিৰ গভীৰতাৰ উমান পাই সেই সময়ৰ বছৰেকীয়া…
Read More...