অম্বুবাচী, বিশ্বাস আৰু তাৎপর্য
🔹 ডাঃ প্রফুল্ল ডেকা
আহাৰমহীয়া আর্দ্রা নক্ষত্রৰ প্রথম পাদত সূর্যৰ অৱস্থিতিৰ কালছোৱাকে অম্বুবাচী বা আমতি হিচাপে জনাজাত, আমতিৰ ষাঁঠ বুলিও আমাৰ অসমীয়া ভাষাত জনা হয়৷ একান্নপীঠৰ অন্যতম আৰু শ্রেষ্ঠতম শক্তিপীঠ হিচাপে গণ্য কৰা কামৰূপৰ নীলাচল পাহাৰত অৱস্থিত দেৱী কামাখ্যা মন্দিৰৰ অম্বুবাচী মেলা বিশ্বখ্যাত আৰু এই অঞ্চলৰ এটা প্রধান বছৰেকীয়া উৎসৱ৷ দেৱীৰ…
Read More...