নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

বিশেষ

হে’লমিট্ মূৰত নে কিলাকুটিৰ ভিতৰত ?

মাননীয় গৃহ মন্ত্রী সোণোৱালদেউ আৰু মাননীয় পৰিবহন মন্ত্রী চন্দ্র মোহন পাটোৱাৰীদেউ,– নমস্কাৰ গ্রহণ কৰিব৷ যোৱা ৫ ফে’ব্রুৱাৰীত মোৰ এই নিয়মীয়া শিতানটোতে ৰাজধানী মহানগৰী গুৱাহাটীৰ ছিটি বাছসমূহ নিয়ন্ত্রণ কৰাত আপোনাসৱৰ চৰকাৰখনৰ চূড়ান্ত বিফলতাৰ কথা লিখি আপোনাসৱৰ দৃষ্টি আকর্ষণ কৰিছিলোঁ৷ বহুদিন জুৰি লক্ষ্য কৰি আহিছোঁ,– যেতিয়াই এনে ধৰণে কঠোৰ সমালোচনা কৰা যায়,…
Read More...