আঞ্চলিকতাবাদ সবলীকৰণৰ ৩৮টা উজ্জ্বল বর্ষ
🔹 অতুল বৰা
সভাপতি, অসম গণ পৰিষদ
অসম গণ পৰিষদ দলে সুদীর্ঘ ৩৮টা বছৰ সম্পূর্ণ কৰি ৩৯ বছৰত খোজ দিলে৷ ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ বিদেশী নাগৰিক বহিষ্কাৰৰ গণ আন্দোলনৰ ফলশ্রুতিত অসম গণ পৰিষদ দলৰ জন্ম হৈছিল৷ আজিৰ এই পৱিত্র ক্ষণত পোনপ্রথমে ছবছৰীয়া অসম আন্দোলন তথা জাতীয় সংগ্রামত আত্মবলিদান দিয়া মহান বীৰ শ্বহীদসকললৈ সশ্রদ্ধ প্রণিপাত জনাইছোঁ৷ বিদেশী বহিষ্কৰণৰ…
Read More...