খেজুৰেৰে ৰোজা ভঙাঃ কেৱল ৰীতি নে শৰীৰৰ বাবে উপকাৰী
বিশেষ বাৰ্তা, ৫ এপ্ৰিলঃ পৱিত্ৰ ৰমজান মাহ আৰম্ভ হৈছে। ৰমজানৰ সময়ত বজাৰত নানাধৰণৰ ফল-মূল তথা খাদ্য সামগ্ৰী ওলায়। ইয়াৰ মাজৰ এবিধ হ'ল খেজুৰ।ৰোজা ৰখা বহুতেই কামৰ মাজত বিয়লি এটা বা দুটা খেজুৰ খায়ে ৰোজা ভাঙে। গোটেই বিশ্বতেই এনে চলা দেখা যায়। কিন্তু এই কাম কেৱল ৰীতি মানি কৰা হয় নে খেজুৰেৰে ৰোজা ভাঙিলে শৰীৰৰো উপকাৰ হয়?
প্রথমতে, গোটেই দিন উপবাস থকাৰ পাছত…
Read More...