কলেজ শিক্ষকৰ পাছত অটোচালক, বাংগালুৰুৰ পতাবী ৰমণক জানো আহক
বিশেষ বাৰ্তা, ৩০ মাৰ্চঃ বাংগালুৰুৰ এগৰাকী অটো চালক, নাম পতাবী ৰমণ। বয়স ৭৪ বছৰ। অটো চালকগৰাকীৰ মুখত সলসলীয়া ইংৰাজী আৰু গভীৰ ভাষাজ্ঞান। সেয়া শুনি আচৰিত হ'ল এগৰাকী যাত্ৰী। নিকিতা আয়াৰ নামৰ যুৱতীগৰাকীয়ে ছ'চিয়েল মিডিয়াত লিখিলে এইগৰাকী অটোচালকৰ কাহিনী। এদিন ৰমনৰ অটোত উঠাৰ পাছত নিকিতাি সকলো কথা লিখি গ'ল। পতাবী ৰমণ মুম্বাইৰ এখন মহাবিদ্যালয়ৰ ইংৰাজী…
Read More...