এই জীৱন অনুপম
গুৱাহাটীত থাকিবলৈ লোৱাৰে পৰা লুইতখনৰ প্রতি অজান মোহ বাঢ়ি আহিছিল মোৰ৷ বিশেষকৈ ডিচেম্বৰৰ পৰা মার্চ মাহলৈকে কিমান বাৰ যে বিভিন্ন অজুহাত উলিয়াই লুইতৰ বালিচৰলৈ যাওঁ তাৰ হিচাপ নাই৷ নৈখনে এতিয়া চিকমিক বালিচৰৰ ৰূপত পাৰি থৈছে আলহীৰ বাবে মৰমৰ দলিচা৷ আলহী আহিব, এতিয়া যে বনভোজৰ বতৰ
‘বাইদেউ, কিবা এটা দিয়ানা, আমিও পিকনিক খাব কাইলৈ...৷ উচপ খাই উঠিলোঁ মই৷ নিজৰ…
Read More...