অভিশপ্ত নাৰীৰ কান্দোনে কঁপোৱা শিলাময় গুহাটো
তপন কটকী, পুৰণিগুদামঃ নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অধীনৰ কন্দলী বাদুলী খোৰোঙত কাইলৈৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব ঐতিহাসিক বাদুলী খোৰোং মেলা। প্ৰচলিত জনশ্ৰুতি অনুসৰি প্ৰাক শংকৰী যুগত বৰ্তমান কন্দলীৰ বাদুলী খোৰোং থকা স্থানত এখন নাৰী ৰাজ্য আছিল। এই নাৰী ৰাজ্যত পুৰুষৰ প্ৰৱেশ সম্পূৰ্ণ ৰূপে নিষিদ্ধ আছিল। এবাৰ এজন ঋষিয়ে নিজৰ মনৰ কৌতুহল দমাব নোৱাৰি নাৰী…
Read More...