ক্রিপ্টোকাৰেন্সী আমি কিমান জানো?
যোৱা কেইটামান বছৰ ধৰি ‘ক্রিপ্টোকাৰেন্সী’ Cryptocurrency) শব্দটো আমি এবাৰ হ’লেও সকলোৱে শুনিছোঁ৷ ক্রিপ্ঢোকাৰেন্সীনো কি? হাতত লৈ ফুৰিব পৰা মুদ্রানে? বিটকইন এটাৰে দোকানৰ পৰা এক কেজি চাউল কিনি আনিব পৰা যায়নে? ইয়াৰ লেনদেনৰ হিচাপ বেংকে ৰাখেনে? প্রযুক্তিবিদ্যাৰ এইবিধ চমৎকাৰৰ সবিশেষ জানো আঁহক৷
ক্রিপ্টোকাৰেন্সী প্রকৃততে চকুৰে দেখা বা জেপত লৈ ফুৰিব পৰা…
Read More...