বাঘজান কাণ্ডৰ এবছৰঃ ফলাফল কি?
কুৰিটাতকৈও অধিক গেছ আৰু তেলকূপযুক্ত এখন অভিশপ্ত তৈলক্ষেত্রৰ নামেই বাঘজান৷ কিন্তু এই তৈলক্ষেত্রখনৰ বিষয়ে কিমানে জানিছিল৷ আচলতে যিকোনো ঘটনা–পৰিঘটনা কিম্বা বিশিষ্টতাইহে এটা অখ্যাত অঞ্চলৰ পৰিচয় প্রদান কৰে৷ বাঘজানৰ ক্ষেত্রতো তেনেকুৱাই হৈছিল৷ আজিৰ পৰা এটা বছৰৰ পূর্বে অর্থাৎ যোৱা ২৭ মে’ত প্রায় ১০.৩০ বজাত বাঘজানৰ ৫নং খাদত ‘ৱর্ক অভাৰ’ৰ কাম চলি থকাৰ সময়তে…
Read More...