নষ্ট হোৱা তবলাত গছ পুলি ৰোপন কৰি প্রাণ প্রতিষ্ঠা এগৰাকী শিল্পীৰ
পুৰণি, অব্যৱহৃত সামগ্ৰীত গছ ৰোপন কৰাটো কোনো নতুন কথা নহয়। আধুনিক গৃহসজ্জাত এই ধাৰা বৰ প্রচলিত। কিন্তু ব্যৱহাৰ নোহোৱা তবলাত গছ ৰোপন কৰা দেখিছেনে কেতিয়াবা? বিশ্ব পৰিবেশ দিৱসত ঠিক এনে এক ব্যতিক্রম কাম কৰি নিজৰ শিল্পী মনৰ প্ৰমাণ দিলে এগৰাকী শিল্পী পণ্ডিত প্রদ্যুৎ মুখাৰ্জীয়ে (Pradyut Mukherjee)।
কংক্ৰিটৰ ভিৰত হেৰাই গৈছে সেউজীয়া। কিন্তু সেই কথা আপুনি…
Read More...