সদায় মিছাই ক’ম
সদায় মিছাই ক’ম৷ সদায় সঁচা ক’লে কিমান ভাল হ’ব নাজানো, কিন্তু কিছুমান মিছা ক’লে সমাজখন বাচি থাকিব৷
নৈতিকতাৰ দিশৰ পৰা এই কথাটো মানি ল’বলৈ টান৷ আমি কি কৈ আছোঁ? কি শিকাই আছোঁ? বিশেষকৈ সৰুখিনিক!
সেই কাৰণে কথাটো অকণমান গমি চাব লাগিব৷ দৈনন্দিন জীৱনৰে এটা উদাহৰণ লওঁ৷ অফিচত বচৰ প্রতি আমাৰ প্রকৃত ধাৰণা আমি জানো খোলোচাকৈ কওঁ? কিবা এটা ক’বলগীয়া হ’লে শুনিবলৈ…
Read More...