ধৰণী ধ্বংসৰ বাৰ্তা নেকি এংলাৰফিছ? সঘন ভূমিকম্পৰে ইয়াৰ সম্পৰ্ক কি?
শুভ্ৰাশ্ময় কাশ্যপৰ প্ৰতিবেদন, ২৮ ফেব্ৰুৱাৰীঃ শেহতীয়াকৈ পৃথিৱীৰ কেইবাটাও অঞ্চলত সঘনাই ভূমিকম্পৰ জোকাৰণি অনুভৱ হোৱা দেখা গৈছে। তাৰ ভিতৰত অসম (৫.৩) আৰু নেপাল (৫.৫)ত হোৱা কম্পন লক্ষণীয় হৈ পৰিছে। ইয়াৰ সমান্তৰালকৈ বিভিন্ন উপকূলীয় অঞ্চলত গভীৰ সাগৰত বাস কৰা জীৱ, যেনে অ'ৰফিছ আৰু এংলাৰফিছৰ সমুদ্ৰ পৃষ্ঠত অস্বাভাৱিক আচৰণে এতিয়া বিশ্বজুৰি বিভিন্ন কৌতূহলৰ সৃষ্টি…
Read More...