আইপিএল খেলিব লগা কোন এই ১৩ বছৰীয়া বিপজ্জনক খেলুৱৈ
নিউজ ডেস্ক, ১৩ মাৰ্চঃ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ৰ প্ৰথমখন খেল ২২ মাৰ্চত কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ মাজত অনুষ্ঠিত হ’ব। যোৱা ছিজনত কলকাতাই আই পি এলৰ খিতাপ দখল কৰিছিল। ৰাজস্থান ৰয়েলছে প্ৰথমখন মেচ খেলিব ২৩ মাৰ্চত। ৰাজস্থানৰ মুখামুখি হ’ব ছানৰাইজাৰ্ছ হায়দৰাবাদ। ৰাজস্থানে মেগা নিলামত ক্ৰয় কৰিছিল ১৩ বছৰীয়া খেলুৱৈ বৈভৱ…
Read More...