ইংলেণ্ডৰে টি–২০ শৃংখলালৈ ভাৰতীয় দল ঘোষণা
🔹 ১৪ মাহৰ অন্তত দললৈ প্রত্যাৱর্তন ছামিৰ : বাদ পৰিল অসম-সন্তান ৰিয়ান
নিউজ ডেস্ক, ১২ জানুৱাৰী : সুদীর্ঘ ১৪ মাহৰ অন্তত ভাৰতীয় ক্রিকেট দললৈ প্রত্যাৱর্তন ঘটিল তাৰকা পেচ বলাৰ মহম্মদ ছামিৰ৷ আলহী দল ইংলেণ্ডৰ বিপক্ষে খেলিবলগীয়া আগন্তুক পাঁচখনীয়া টি–২০ মেচৰ শৃংখলাটোৰ বাবে ঘোষণা কৰা ভাৰতীয় দলটোত স্থান লাভ কৰিলে ছামিয়ে৷ মন কৰিবলগীয়া যে ২০২৩ চনত ভাৰতত অনুষ্ঠিত…
Read More...