১৯ বছৰ অনূৰ্ধ এছিয়া কাপ টি-২০ত নিৰ্লজ্জ পৰাজয় পাকিস্তানৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৭ ডিচেম্বৰঃ ১৫ ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে মহিলাৰ ১৯ বছৰ অনুৰ্ধ এছিয়া কাপ টি-২০ প্ৰতিযোগিতা। ইফালে সোমবাৰে গ্ৰুপ বি খেলখনত পাকিস্তান আৰু নেপালৰ মুখামুখি হয় য’ত নেপালে ৬ উইকেটত জয়লাভ কৰি ক্ৰিকেট জগতখনক আচৰিত কৰি তোলে। এতিয়া নেপালে ১৯ বছৰ অনুৰ্ধ এছিয়া কাপৰ ছুপাৰ-৪ত স্থান লাভ কৰাৰ বিপৰীতে পাকিস্তান দলটোৱে গ্ৰুপ পৰ্যায়ত…
Read More...