দিল্লীত শৃংখলা দখলৰ লক্ষ্য টীম ইণ্ডিয়াৰ
🔹 আজি দ্বিতীয় টি–২০ : প্রত্যাৱর্তনক লৈ আশাবাদী বাংলাদেশ
নিউজ ডেস্ক, ৯ অক্টোবৰ : দিল্লীত টি–২০ শৃংখলা দখলৰ লক্ষ্যৰে নামিব সূর্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় ক্রিকেট দলে৷ আলহী দল বাংলাদেশৰ বিপক্ষে খেলি থকা তিনিখনীয়া টি–২০ মেচৰ শৃংখলাটোৰ দ্বিতীয়খন মেচ আজি দিল্লীত অনুষ্ঠিত হ’ব৷ ইতিমধ্যে শৃংখলাটোৰ গোৱালিয়ৰত অনুষ্ঠিত প্রথমখন মেচত সহজ বিজয় সাব্যস্ত কৰি…
Read More...