আন্তঃৰাষ্ট্রীয় অলিম্পিক সমিতিৰ সদস্য হিচাপে নির্বাচিত নীতা আম্বানি
বিশেষ বাৰ্তা, ২৫ জুলাই : বর্তমান পেৰিছত চলি থকা ১৪২সংখ্যক আই’চি অধিৱেশনত আন্তর্জাতিক অলিম্পিক সমিতিয়ে নীতা আম্বানীক ভাৰতৰ আই’চিৰ সদস্য হিচাপে সর্বসন্মতিক্রমে পুনৰ নির্বাচিত কৰে৷ ভাৰতৰ আগশাৰীৰ উদ্যোগপতি মুকেশ আম্বানীৰ পত্নী নীতা আম্বানীয়ে এশ শতাংশ ভোট লাভ কৰি জয়লাভ কৰে৷ পুনৰ নির্বাচনৰ পিছত নীতা আম্বানীয়ে এক বিবৃতিৰ জৰিয়তে আন্তঃৰাষ্ট্রীয় অলিম্পিক…
Read More...