পাকিস্তানৰ পৰা স্থানান্তৰ হ’ব পাৰে চেম্পিয়নছ ট্রফী ক্রিকেট
🔹 জয় শ্বাহ–বিন্নীহঁতক সমর্থন বিভিন্ন দেশৰ
বিশেষ বাৰ্তা, ২১ জুলাই : সদ্যসমাপ্ত টি–২০ বিশ্বকাপ জয় কৰিছে ভাৰতে৷ অহা বছৰ অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্রফী৷ আইচিচিৰ এই প্রতিযোগিতাখন পাকিস্তানত অনুষ্ঠিত হোৱাৰ কথা৷ কিন্তু দেশখনত খেলিবলৈ সন্মত নহ’ব পাৰে ভাৰত৷ তেনেক্ষেত্রত প্রতিযোগিতাখনেই পাকিস্তানৰ পৰা স্থানান্তৰ হ’ব পাৰে৷ সংবাদ মাধ্যমৰ সূত্রই এই কথা সদৰী…
Read More...