নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

ক্রীড়া-জগত

আমেৰিকাত ৰোহিতৰ সমীকৰণত বিধ্বস্ত বাবৰ বাহিনী

🔹 ভাৰতৰ পাকিস্তান বধ 🔹 বুমৰাহ-ধুমুহাত তচনচ চিৰবৈৰীৰ বেটিং ক্ৰম বিশেষ বাৰ্তা, ১০ জুন : ভাৰতৰ পাকিস্তান বধ। বিশ্বকাপত চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে বিজয়ৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিলে ভাৰতে৷ আমেৰিকাৰ মাটিত খেলা চলিত বিশ্বকাপৰ কালি অনুষ্ঠিত ৰুদ্ধশ্বাস মেচখনত পাকিস্তানক ৬ ৰানত পৰাজিত কৰে ভাৰতে৷ ভাৰতীয় অধিনায়ক ৰোহিতৰ সমীকৰণত বিধ্বস্ত হয় বাবৰ বাহিনী।…
Read More...

টি-২০ বিশ্বকাপ : ভাৰত–পাক মেচৰ টিকটৰ দাম ডেৰ কোটি

বিশেষ বাৰ্তা, ৯ জুন : এটা টিকটৰ দাম ডেৰ কোটি টকা! চলিত টি–২০ বিশ্বকাপৰ আজি অনুষ্ঠিত হ’বলগীয়া ভাৰত–পাকিস্তানৰ খেলখনৰ…

টি-২০ মহাৰণ : নিউয়র্কত আজি ভাৰতৰ সন্মুখত পাকিস্তান

🔹 পাকৰ পেচ বলিঙৰ প্রত্যাহ্বানক লৈ সাজু ৰোহিত বাহিনী বিশেষ বাৰ্তা, ৯ জুন : অপেক্ষাৰ অন্ত৷ আৰু মাত্র কেইঘণ্টামান…

টি–২০ বিশ্বকাপ : ভাৰত–পাকিস্তানৰ হাই ভ’ল্টেজ মেচত বৰষুণৰ আশংকা

বিশেষ বাৰ্তা, ৮ জুন : আৰু মাত্র কেইটামান ঘণ্টা বাকী৷ ২২ গজৰ ক্রিকেটত পুনৰ মুখামুখি হ’ব চিৰন্তন প্রতিদ্বন্দ্বী দল…

আন্তঃজিলা ৰাজ্যিক টাইকোৱানডোৰ কামৰূপ জিলা দল গঠনৰ প্ৰস্তুতি

নিয়মীয়া বাৰ্তা, ৮ জুন : অহা জুলাই মাহৰ প্ৰথম পষেকত অনুষ্ঠিত হ'ব লগা আন্তঃজিলা ৰাজ্যিক টাইকোৱানডো প্ৰতিযোগিতাত…

অঘটন : টি–২০ বিশ্বকাপত নিউজিলেণ্ডক হৰুৱালে আফগানিস্তানে

বিশেষ বার্তা, ৮ জুন : চলিত টি–২০ বিশ্বকাপত চমক সৃষ্টিৰে নিউজিলেণ্ডক পৰাস্ত কৰিলে আফগানিস্তানে৷ আজি অনুষ্ঠিত এখন…

১১ অক্টোবৰৰ পৰা ৰঞ্জি ট্রফী ক্রিকেট প্রতিযোগিতা

নিয়মীয়া বাৰ্তা ডিজিটেল, ৭ জুনঃ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে ২০২৪–২৫ বর্ষৰ ঘৰুৱা ছিজনৰ সূচী ঘোষণা কৰিছে৷…

মহেন্দ্র সিং ধোনীৰ অভিলেখ ভংগ হিটমেন ৰোহিত শর্মাৰ

বিশেষ বাৰ্তা, ৭ জুন : টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শর্মাই বুধবাৰে আয়াৰলেণ্ডৰ বিপক্ষে খেলা টি–২০ বিশ্বকাপৰ মেচখনত…