হোটেল সলনি পাকিস্তান ক্রিকেট দলৰ
বিশেষ বাৰ্তা, ৭ জুন : টি–২০ বিশ্বকাৰ প্রথমখন মেচত অৱতীর্ণ হোৱাৰ পূর্বে হোটেল স্থানান্তৰ হ’ল পাকিস্তানৰ৷ আমেৰিকাৰ বিৰুদ্ধে চলিত টি–২০ বিশ্বকাপৰ প্রথমখন খেলত ভাগ লোৱাৰ পূর্বে বাবৰ আজমক নতুন হোটেললৈ লৈ যোৱা হয়৷ বাবৰ বাহিনী থকা নিউয়র্ক হোটেলখনত সমস্যা নথকা সত্ত্বেও হোটেলখনৰ বিৰুদ্ধে পিচিবিয়ে আইচিচিৰ ওচৰত আপত্তি দর্শাইছিল৷ কিয়নো পাকিস্তান দলটোক হোটেলৰ…
Read More...