টীম ইণ্ডিয়াৰ পৰৱৰ্তী প্রশিক্ষক : কাক বিচাৰে গাংগুলীয়ে…
বিশেষ বাৰ্তা, ২ জুন : ভাৰতীয় দলৰ পৰৱর্তী মুখ্য প্রশিক্ষক কোন হ’ব, ইয়াক লৈ অনুৰাগীৰ মাজত জল্পনা–কল্পনা অব্যাহত আছে৷ টীম ইণ্ডিয়াৰ প্রাক্তন ক্রিকেটাৰ গৌতম গম্ভীৰ পৰৱর্তী মুখ্য প্রশিক্ষক হ’ব বুলি বিভিন্ন সূত্রই দাবী কৰাৰ সময়তে গুৰুত্বপূর্ণ মন্তব্য আগবঢ়াইছে ভাৰতীয় দলটোৰে প্রাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ে৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ প্রাক্তন সভাপতি…
Read More...