‘বাজীকৰ’ৰ মন্ত্রৰেই চেম্পিয়ন কলকাতা নাইট ৰাইডার্ছ
বিশেষ বাৰ্তা, ২৭ মে’ : আইপিএলৰ ফাইনেলত সর্বনিম্ন ৰান৷ সম্পূর্ণ ২০ অভাৰ বেটিং কৰিবলৈ সক্ষম নহ’ল ছানৰাইজার্ছ হায়দৰাবাদৰ বেটাৰসকলে৷ ১৮.৩ অভাৰতে ১১৩ ৰানত দলটোৱে ইনিংছ সামৰিবলৈ বাধ্য হয়৷ ইয়াৰ লগে লগে গেলাৰীত উল্লসিত হৈ পৰে শ্বাহৰুখ খানৰ পৰিয়াল৷ তেতিয়াৰ পৰাই কলকাতাই আইপিএলৰ তৃতীয়টো ট্রফীৰ গোন্ধ পাবলৈ আৰম্ভ কৰে৷ কলকাতাৰ বলাৰসকলৰ দুর্দান্ত বলিঙৰ বাবে ৭৭…
Read More...