ৰঞ্জি ট্রফীৰ পাৰিতোষিক বৃদ্ধিৰ বাবে ব’ৰ্ডক আহ্বান গাভাস্কাৰৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৭ মাৰ্চঃ দেশৰ আগশাৰীৰ ঘৰুৱা ক্রিকেট প্রতিযোগিতাৰ ৰঞ্জি ট্রফীৰ পাৰিতোষিক বৃদ্ধিৰ বাবে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডক আহ্বান জনাইছে টীম ইণ্ডিয়াৰ প্রাক্তন মহান খেলুৱৈ সুনীল গাভাস্কাৰে৷ ৰঞ্জি ট্রফীক আৰু অধিক আকর্ষণীয় কৰি তোলাৰ বাবে ক্রিকেটাৰসকলৰ প্রেৰণা বৃদ্ধি কৰাৰ পৰামর্শ আগবঢ়ায় লিটল মাষ্টাৰ গাভাস্কাৰে কয় যে ৰঞ্জি ট্রফীৰ…
Read More...