বলাৰৰ মধুশালা কেপটাউন টেষ্টত ইতিহাসৰ প্ৰথম জয় ভাৰতৰ
বাৰ্তা ডিজিটেল ডেস্ক, ৪ জানুৱাৰীঃ এদিনতে ২৩টাকৈ উইকেটৰ পতন ঘটাৰ পিছত কালিয়েই মেচৰ ফলাফল একপ্ৰকাৰ নিৰ্ধাৰণ হোৱাৰ দিশেই গতি কৰিছিল। দুয়ো দলৰ বলাৰসকলৰ বাবে যেন কেপটাউন টেষ্ট মধুশালা হৈ পৰিছিল। সেয়া সাৰ্থক প্ৰমাণ কৰি ঘৰৰ মাটিতে দক্ষিণ আফ্ৰিকাক সহজে পৰাস্ত কৰি টেষ্ট শৃংখলাটোত ১-১ৰ ব্যৱধান সমতা স্থান কৰিবলৈ সক্ষম হল ভাৰতীয় দলটো। মহম্মদ ছিৰাজ আৰু যশপ্ৰীত…
Read More...