হেলিকপ্টাৰেৰে হলীউড ষ্টাইলত খেলপথাৰত প্রৱেশ ৱার্নাৰৰ
বিশেষ বাৰ্তা, ১২ জানুৱাৰী : আকাশৰ পৰা হেলিকপ্টাৰেৰে হলীউড ষ্টাইলত খেলপথাৰত প্রৱেশ কৰিলে অষ্ট্রেলিয়াৰ প্রাক্তন বিস্ফোৰক বেটাৰ ডেভিদ ৱার্নাৰে৷ শেহতীয়াকৈ টেষ্ট আৰু এদিনীয়া ক্রিকেটৰ পৰা অৱসৰ গ্রহণ কৰা ৱার্নাৰে বিগ বাছ লীগৰ আজি ছিডনী ছিক্সার্ছৰ বিপক্ষে খেলা মেচখনত অংশ ল’বলৈ হেলিকপ্টাৰেৰে ছিডনী ক্রিকেট গ্রাউণ্ডত প্রৱেশ কৰে৷ প্রতিযোগিতাখনত ছিডনী থাণ্ডাৰক…
Read More...