ৰঞ্জি ট্রফীলৈ অসম দল ঘোষণা
বিশেষ বাৰ্তা, ৩০ ডিচেম্বৰ : ৰঞ্জি ট্রফীৰ প্রথম দুখন মেচৰ বাবে অসম দলটো আজি ঘোষণা কৰিছে অসম ক্রিকেট সন্থাই৷ দেশৰ আগশাৰীৰ ঘৰুৱা প্রতিযোগিতাখনত অসমে প্রথম দুখন মেচ ক্রমে ছত্তীশগড় আৰু কেৰালাৰ বিপক্ষে প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ অসমৰ প্রথমখন মেচ ৫ জানুৱাৰীৰ পৰা ৰায়পুৰত অনুষ্ঠিত হোৱাৰ বিপৰীতে দ্বিতীয়খন মেচ ১২ জানুৱাৰীৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ’ব৷ প্রথম দুখন…
Read More...