বৰ্ষাপাৰাত মেক্সৱেলৰ ধুমুহাত স্তব্ধ সূৰ্য কুমাৰ বাহিনী
বিশেষ বাৰ্তা, ২৯ নৱেম্বৰঃ অষ্ট্রেলিয়াৰ বিপক্ষে তৃতীয়খন টি–২০ শৃংখলাত পৰাজিত হ’ল ভাৰত৷ প্রায় অকলশৰেই অষ্ট্রেলিয়াক বিজয়ী কৰাই খেলপথাৰ এৰিলে গ্লেন মেক্সৱেলে৷ ভাৰতৰ হৈ শতৰান অর্জন কৰা ৰিতুৰাজ গাইকোৱাডৰ বেটিং পৰাক্রম এঘণ্টাৰ পিছতে ম্লান কৰিলে তেওঁ৷ মেক্সৱেলৰ ৪৮টা বলত সংগৃহীত ১০৪ ৰানৰ ইনিংছটোৰ বাবেই গুৱাহাটীত পাঁচ উইকেটত জয়লাভ কৰে অষ্ট্রেলিয়াই৷ টছত জয়লাভ…
Read More...