নগৰবেৰাৰ ৰাংগাপানীত দিবা-নৈশ ক্ৰিকেট খেল উদ্বোধন
নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰঃ কামৰূপৰ নগৰবেৰাৰ ৰাংঙ্গাপানীত আজি ৰাংগাপানী আঞ্চলিক ক্ৰিকেট সন্থাৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে ৰাংগাপানী ইছমাইল হুছেইন হাইস্কুল খেলপথাৰ প্ৰাংগনত অনুষ্ঠিত হয় দিবা-নৈশ প্ৰাইজমানী ক্ৰিকেট খেল প্ৰতিযোগিতা ৷ আজি মাংগলিক কাৰ্যসূচীৰে উক্ত খেল যৌথভাৱে উদ্বোধন কৰে ছমৰীয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জুলি দাস আৰু…
Read More...