ভিক্টোৰিয়া প্ৰিমিয়াৰ ক্ৰিকেট লীগত বিজয়ী মৈৰাবাৰী টাইটানঞ্চ
নিয়মীয়া বাৰ্তা ৩১ অক্টোবৰ : মৈৰাবাৰী ভিক্টোৰিয়া ক্লাৱৰ সৌজন্যত মৈৰাবাৰীৰ ইন্দিৰা খেলপথাৰত অনুষ্ঠিত হোৱা চলন্ত প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতাত মৈৰাবাৰী টাইটেঞ্চ ক্লাৱে চুড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়। উক্ত ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত মৈৰাবাৰী টাইটেঞ্চ ক্লাবে মৈৰাবাৰী কিং ৰাইডাৰ্ছক চাৰি উইকেটৰ ব্যৱধানত পৰাস্ত কৰে। প্ৰথমে বেটিং কৰিবলৈ…
Read More...