ছেমিফাইনেলৰ পৰা বিদায় অসমৰ
🔹 চৈয়দ মুস্তাক আলী টি–২০
বিশেষ বাৰ্তা, ৫ নৱেম্বৰ : চৈয়দ মুস্তাক আলী টি–২০ ক্রিকেটৰ ছেমিৰ পৰা বিদায় ল’লে ৰিয়ান পৰাগ নেতৃত্বাধীন অসমে৷ প্রতিযোগিতাখনত প্রথমবাৰৰ বাবে ছেমিফাইনেলত প্রৱেশ কৰা অসম কালি বৰোদাৰ হাতত ৬ উইকেটত পৰাস্ত হয়৷ ম’হালিত অনুষ্ঠিত দ্বিতীয়খন ছেমিত প্রথমে বেট ধৰি অভিমন্যুসিং ৰাজপুতৰ দুর্দান্ত বলিঙৰ সন্মুখত অসমে নির্ধাৰিত ২০ অ’ভাৰত…
Read More...