পাকিস্তানৰে মেচত ভুল জার্ছী পিন্ধিলে কোহলিয়ে
বিশেষ বাৰ্তা, ১৫ অক্টোবৰ : ভাৰত–পাকিস্তানৰ হাইভ’ল্টেজ মেচত অন্য জার্ছী পিন্ধি খেলপথাৰত নামে বিৰাট কোহলি৷ দলৰ সৈতে থিয় হৈ ৰাষ্ট্রীয় সংগীত গোৱাৰ সময়ত তেওঁ অন্য জার্ছী পৰিধান কৰা দেখা গৈছিল৷ কোহলিৰ জার্ছীৰ কান্ধৰ ওপৰত তিনিডাল বগা ৰঙৰ ষ্ট্রাইপছ দেখা গৈছিল৷ বিশ্বকাপত ভাৰতীয় খেলুৱৈৰ বাবে যি বিশেষ জার্ছী তৈয়াৰ কৰা হৈছে, তাত এনে ধৰণৰ বগা ষ্ট্রাইপ নাছিল৷ এই…
Read More...