হিটমেনৰ সন্মুখত সুবৰ্ণ সুযোগ
বিশেষ বাৰ্তা, ২৯ ছেপ্টেম্বৰ : এক সুন্দৰ সুযোগ লাভ কৰিছে ৰোহিত শৰ্মাই। অহা ৫ অক্টোবৰৰ পৰা আৰম্ভ হব এদিনীয়া বিশ্বকাপ। এইবাৰ ৰোহিত শৰ্মাৰ অধিনায়কত্বত ভাৰতীয় ক্ৰিকেট দলে এদিনীয়া বিশ্বকাপত খেলিব। এদিনীয়া বিশ্বকাপত প্ৰথমবাৰৰ বাবে ভাৰত নেতৃত্ব দিব ৰোহিত শৰ্মাই। এতিয়ালৈকে তেওঁ বেটছমেন হিচাপে বিশ্বৰ ৰেকৰ্ড গঢ়িছে। বেটছমেন হিচাপে ৰোহিত শৰ্মাই অতি ভাল…
Read More...