সমাগত এদিনীয়া বিশ্বকাপৰ সম্পূৰ্ণ সূচী জানক
বিশেষ বাৰ্তা, ৩ অক্টোবৰঃ ৫ অক্টোবৰৰ পৰা আৰম্ভ হ’ব এদিনীয়া বিশ্বকাপ ২০২৩। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতাৰ প্ৰথমখন খেল ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ড আৰু নিউজিলেণ্ডৰ মাজত। বিশ্বকাপত নকআউটকে ধৰি মুঠ ৪৮খন মেচ অনুষ্ঠিত হ’ব, য’ত ৪৫খন লীগ মেচ অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাখনৰ আটাইকেইখন খেল ১০টা স্থানত অনুষ্ঠিত হ’ব। ১৯ নৱেম্বৰ…
Read More...