২২ ডিচেম্বৰত যুগ্ম জীৱনৰ পাতনি মেলিব তাৰকা শ্বাটলাৰ পি ভি সিন্ধুৱে
নিয়মীয়া বাৰ্তা ডিজিটেল, ৪ ডিচেম্বৰঃ অচিৰেই বিবাহপাশত আবদ্ধ হ’ব ভাৰতীয় তাৰকা শ্বাটলাৰ পি ভি সিন্ধু৷ অলিম্পিকত দুবাৰৰ পদক বিজয়ী সিন্ধুৱে ২২ ডিচেম্বৰত হায়দৰাবাদস্থিত আইটি পেছাদাৰী ভেংকট দত্ত সাইৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব৷ তেওঁ পোচিডেক্স টেকন’লজিছৰ কার্যবাহী সঞ্চালক৷ তেওঁলোকৰ বিবাহ অনুষ্ঠান ৰাজস্থানৰ উদয়পুৰত অনুষ্ঠিত হ’ব৷ বিবাহ উদযাপন অনুষ্ঠান ২০…
Read More...