মস্কোলৈ ডিব্রুগড়ৰ উশ্বু খেলুৱৈ কাশ্যপী
🔹 মস্কো উশ্বু ষ্টাৰ চেম্পিয়নশ্বিপত দেশৰ হৈ প্রতিনিধিত্ব কৰিব কাশ্যপী সোণোৱালে
বিশেষ বার্তা, ৩১ মে’ : ৰাছিয়াৰ মস্কোত অনুষ্ঠিত হ’ব লগা মস্কো উশ্বু ষ্টাৰ চেম্পিয়নশ্বিপত দেশৰ হৈ প্রতিনিধিত্ব কৰাৰ বাবে ডিব্রুগডৰ পৰা ৰাওনা হৈছে কাশ্যপী সোণোৱাল৷ ডিব্রুগড কদমণি ৰেৱা আগৰৱালা পথ নিৱাসী জয়ন্ত সোণোৱাল আৰু চিংকুমণি সোণোৱালৰ কন্যা তথা ডিব্রুগড সম্পূর্ণ…
Read More...