পুনৰ আৰম্ভ হ’ব ইণ্ডিয়ান প্রিমিয়াৰ লীগ
নিউজ ডেস্ক, ১২ মে’ : ভাৰত–পাকিস্তানৰ যুদ্ধৰ বাবে ৯ মে’ৰ পৰা বন্ধ ৰখা হৈছে ইণ্ডিয়ান প্রিমিয়াৰ লীগ ৷ এসপ্তাহ বন্ধ থকাৰ পিছত ১৭ মে’ৰ পৰা পুনৰ আৰম্ভ হ’ব পাৰে প্রতিযোগিতাখন৷ ইয়াৰ ফলত ফাইনেল মেচখন পিছুৱাই যাব পাৰে৷ আন সকলো মেচৰ বাবে তিনিটা স্থান নির্বাচন কৰিছে ব’র্ডে৷ সর্বভাৰতীয় সংবাদ মাধ্যমত এই কথা প্রকাশ পাইছে৷ প্রতিবেদন অনুসৰি, ১৭ মে’ৰ পৰা পুনৰ আইপিএল…
Read More...