ইংলেণ্ডৰে টেষ্ট শৃংখলাত চকু ৰোহিতৰ
🔹 জুনত পাঁচখন টেষ্ট মেচৰ বাবে ইংলেণ্ড ভ্রমণ ভাৰতীয় দলৰ
নিউজ ডেস্ক, ১৯ এপ্রিল : চলিত আইপিএলৰ মাজতে ইংলেণ্ডৰ বিৰুদ্ধে খেলিবলগীয়া আগন্তুক টেষ্ট শৃংখলাটোক অধিক গুৰুত্বসহকাৰে লৈছে টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শর্মাই৷ অহা জুন মাহত ভাৰতীয় দলটোৱে পাঁচখন টেষ্ট মেচত ভাগ লোৱাৰ উদ্দেশ্যে ইংলেণ্ড ভ্রমণ কৰিব৷ আইপিএলৰ ব্যস্ততাৰ মাজতে আগন্তুক গুৰুত্বপূর্ণ টেষ্ট…
Read More...