অনুভৱী চিকিৎসক আৰু অসমৰ স্বাস্থ্য ব্যৱস্থা
"Primum non nocere" অর্থাৎ, চিকিৎসা প্রদানৰ প্রাথমিক উদ্দেশ্য হ’ল ৰোগীক আৰোগ্য কৰা৷ কোনো ধৰণৰ সকাহ দিব নোৱাৰিলেও যাতে চিকিৎসাৰ ফলত ৰোগীজনৰ স্বাস্থ্যৰ কোনো ক্ষতি নহয়, তাৰে শপত লৈ এজন চিকিৎসক চিকিৎসা বৃত্তিত প্রবৃত্ত হয়৷
সেয়া আছিল ১৯৮৪–৮৫ চনৰ কথা, চিকিৎসা বিজ্ঞানৰ স্নাতক হৈয়ে কিছুদিন ছুটী পাই মোৰ সম্পর্কীয় খুৰা এজনৰ সৈতে চুবুৰীয়া ভূটান ৰাষ্ট্রৰ…
Read More...