বয়স অনুযায়ী যতন
যৌৱনৰ পৰা বৃদ্ধকাললৈকে সকলো যুৱতী, মহিলাই ধুনীয়া হৈ থাকিব বিচাৰে৷ পৰিষ্কাৰ–পৰিচ্ছন্ন হৈ থাকিলেই মানুহৰ ব্যক্তিত্ব বাঢ়ে৷ বিভিন্ন সময়ত বেলেগ বেলেগ নিয়মেৰে পৰিচর্যা কৰিব লাগে৷
২০ বছৰত: সাধাৰণতে এই বয়সত ছাল মসৃণ হৈ থাকে৷ বিশেষ যত্নৰ প্রয়োজন নাই যদিও মুখত শালমইনা নুঠিবৰ বাবে মুখৰ ছাল চাফা কৰি ৰখাটো প্রয়োজন৷ পৰাপক্ষত মুখত চাবোন লগাব নালাগে৷ ফেচৱাশ্বেৰে…
Read More...