জ্যেষ্ঠসকলৰ ছালৰ সমস্যা
ছাল মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগ৷ সমগ্র মানৱ শৰীৰক আৱৰি ৰখা এই অংগটো সমগ্র জীৱন বিভিন্ন ক্ষতিকাৰক উপাদানৰ সংস্পর্শলৈ আহে৷ ৰ’দ, বতাহ, ঠাণ্ডা, ধূলি, প্রদূষণৰ লগতে শীত–তাপ নিয়ন্ত্রক, পাৰফিউম আদিয়ে ছালৰ ক্ষতি কৰে৷ বয়স বৃদ্ধি এক প্রাকৃতিক প্রক্রিয়া যদিও বয়সৰ লগে লগে ছাল অধিক সংবেদনশীল, সহজে সংক্রমণৰ স্বীকাৰ হোৱাৰ লগে লগে ছালৰ সন্তুলন নোহোৱা হয়৷ মানুহৰ…
Read More...