শীতকালত নাক আৰু কাণৰ সমস্যা
ৰাজকুমাৰ বৰুৱাই শীতকালটো ভাল পায়৷ কাৰণ ধুনীয়া ঊলৰ ছুৱেটাৰ, কোট, জেকেট আদি পিন্ধি ফিটফাট হৈ থাকিব পাৰি৷ তেওঁ গৰম চাহ–কফী, পকোৰা, কাবাব আদি খাদ্য খাই ভাল পায়৷ পিছে শীতকালিৰ শীতল বতাহৰ সংস্পর্শলৈ আহিলেই তেওঁৰ নাকটোৱে বিৰক্তিকৰভাৱে আমনি কৰিবলৈ ধৰে৷ নাক বন্ধ হৈ থাকে, নাকেৰে পানী ব’বলৈ ধৰে৷ শুই উঠিয়েই কেইবাটাও হঁাচি মাৰিব লাগে৷ নাকৰ পানী ওলাই থকা বাবে…
Read More...