পেটৰ সমস্যা নিৰাময় কৰাৰ যাদু আছে কলপাতত, নহয় কোনো ৰোগ
নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰীঃ ব্রেকফাষ্ট, লাঞ্চ, ডিনাৰ। ষ্টিলৰ থালি বা কাচৰ প্লেটত খোৱাৰ আপোনাৰ হয়টো দৈনিক অভ্যাস! কিন্তু এই অভ্যাস বদলাওক। ঘূৰাই আনক পুৰণি ৰীতি। আহাৰ গ্ৰহণ কৰক ঘৰৰ বাৰীৰ কলপাতাত। যি কৰিলে বিপদজনক ৰোগ আপোনাৰ কাষলৈও নাহে।
কলাপাতৰ ৰসৰ ভিতৰত আছে চাইট্ৰিক এচিড, কেলচিয়াম, ভিটামিন এ, ভিটামিন চি আৰু টেনিন। এই ৰসটোৱে টনিকৰ কাম কৰে। কিন্তু,…
Read More...