চীনত প্ৰাদুৰ্ভাৱ ঘটা নিউমনিয়াত তীক্ষ্ণ দৃষ্টি ভাৰতৰ
বিশেষ বাৰ্তা, ২৪ নৱেম্বৰঃ চীনত শিশুৰ মাজত বিয়পি পৰা ৰহস্যজনক ৰোগৰ ওপৰত ভাৰত চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয়ে চকু ৰাখিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে কয় যে চীনত প্ৰাদুৰ্ভাৱ হোৱা এভিয়ান ইনফ্লুৱেঞ্জা ৰোগীৰ সমান্তৰালকৈ শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ থুপৰ পৰা ভাৰতলৈ ভাবুকিৰ সম্ভাৱনা কম। ইয়াৰ সমান্তৰালকৈ স্বাস্থ্য মন্ত্ৰালয়ে ইয়াৰ বাবে যিকোনো জৰুৰীকালীন…
Read More...