দৈনিক কেঁচা পিঁয়াজ খায় নেকি? যদি খায় তেন্তে শৰীৰত হ’ব পাৰে এনে পৰিঘটনা!
নিয়মীয়া বাৰ্তা, ১৮জুনঃ দৈনন্দিন ৰন্ধন-প্ৰকৰণত পিঁয়াজৰ গুৰুত্ব অনস্বীকাৰ্য। আপুনি দৈনিক পিঁয়াজ খায় নেকি? তেন্তে আপোনাৰ শৰীৰত হ'ব পাৰে এনেবোৰ পৰিঘটনা। পিঁয়াজৰ আছে বহু উপকাৰিতা।
২৫০০ বছৰৰ আগতে পিঁয়াজক মানুহে পূজা কৰিছিল। পিঁয়াজ খালে অমৰ হোৱা বুলি বিশ্বাস কৰিছিল একাংশ লোকে। কিন্তু বৰ্তমান সেই অন্ধবিশ্বাস দূৰ হ'ল। পিঁয়াজ খালে যে অমৰ হয় তেনে নহয় কিন্তু…
Read More...