মূৰৰ বিষ মানেই চাইনাছ নহয়
মূৰৰ বিষ অতি পৰিচিত ৰোগ৷ এই মূৰৰ বিষ বিভিন্ন কাৰণত হ’ব পাৰে৷ কেতিয়াবা পানী লগা অসুখ হ’লে, চোকা ৰ’দত ঘূৰা–পকা কৰিলে, চকুৰ দৃষ্টিশক্তিৰ খেলিমেলি হ’লে মূৰৰ বিষ হ’ব পাৰে৷ মূৰৰ বিষত নোভোগা মানুহ সমাজত কিজানি নোলাবই৷ বিভিন্ন গৱেষণাত এই কথা প্রমাণ হৈছে যে পৃথিৱীৰ ৬০–৬৫ শতাংশ মানুহেই জীৱনত এবাৰ মূৰৰ বিষত ভুগিছে৷ অথচ এইসকল ৰোগীৰ ৯০ শতাংশই নাজানে মূৰৰ বিষৰ…
Read More...